16
Sep
2017

কামপুৰঃ নগাঁও জিলাৰ কামপুৰ বন বিভাগৰ অন্তৰ্গত চিমলাই বজাৰত পুৱাই এডাল অজগৰ সাপ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা অজগৰ সাপ ডালৰ দৈৰ্ঘ্য ৬ ফুট বুলি জানিব পৰা গৈছে।
আনহাতে প্ৰকাণ্ড অজগৰ সাপডাল চাবলৈ পুৱাই চিমলাই বজাৰত শতাধিক লোক সমবেত হয়। পাছত স্থানীয় লোকে অজগৰ ডাল কামপুৰ বন বিভাগক চমজাই দিয়ে।