13
Sep
2017

ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ মৰাণজানাত ৩১নং ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, তীব্ৰবেগী স্ক’ৰপিঅ এখনে পথৰ দাতিৰে চাইকেল চলাই আহি থকা কমলপুৰৰ প্ৰদীপ কলিতা নামৰ লোকজনক খুন্দা মাৰে।
স্থানীয় লোকে ততাতৈয়াকৈ সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে কৰে কলিতাক। আনহাতে লোকজনক খুন্দিয়াই পলায়ন কৰে তীব্ৰবেগী স্কৰ্পিঅ’ খনে৷