07
Oct
2017

ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়া চহৰৰ সমীপৰ মহ'শলিত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকে প্ৰাণ হেৰুৱাই।
জানিব পৰা মতে, শনিবাৰে হিৰক দাস নাম যুৱকজনে তীব্ৰবেগেৰে এখন বাইক চলাই আহি পথৰ দাতিৰ গছত খুন্দা মাৰে।
ফলত হিৰক দাসৰ থিতাতে মৃত্যু হয়৷ দুৰ্ঘটনাটোত আন দুজন লোক গুৰুতৰভাবে আহত হয়।