তেজপুৰঃ  আজি সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ উদ্যোগত মিচন চাৰিআলিত পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । 

সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ লগতে তেজপুৰবাসী ৰাইজে স্তব্ধ কৰি দিলে শোণিতপুৰ জিলাক।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে তেজপুৰৰ কেইবাজনো RSS, ABVP ৰ কৰ্মীৰ আছুত যোগদান কৰি সৱল প্ৰতিবাদ সাব্যস্ত কৰে ।