নগাঁওঃ আজি নগাঁও কলেজ অৱ এডুকেশ্বনৰ শিক্ষক দিৱস উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এটি আৱক্ষ মূৰ্তি কলেজ প্ৰাংগণত উন্মোচন কৰা হয়।

উন্মোচন কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, অধ্যক্ষা ড০ মানশিখা বৰুৱা, আৰু সদস্যসকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল।

অনুষ্ঠানত সভাপতিত্ব কৰে সহজানন্দ ওজাই আৰু সম্পাদিকা হিচাপে থাকে ড০ মানশিখা বৰুৱাই।