শিৱসাগৰত দিখৌ নদীৰ দিছিয়াল ঘাটত একেটা পৰিয়ালৰে ৫ জনকৈ সদস্যৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে।