12
Feb
2019

তেজপুৰঃ সকলো জল্পনা কল্পনাৰ অন্তত মঙলবাৰে শোণিতপুৰ জিলা পৰিষদৰ সভাপতিৰ পদত ফুলগুৰি জিলা পৰিষদৰ সদস্য ডলি চুৰিন নিৰ্বাচিত হয়।
শোণিতপুৰ জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি ডলি চুৰিন দলীয় সতীৰ্থ সকলে শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনত দলৰ হৈ নিষ্ঠা আৰু সততাৰে দল তথা ৰাইজৰ কামবোৰ আগবঢ়াই নিবলৈ আহ্বান জনায়।