- পথৰ কাষৰ বিদ্যুৎ পৰিবাহী খুটাত চিপলোৱা অৱস্থাত প্ৰত্যক্ষ স্থানীয় লোকৰ
- মৃতদেহৰ কাষত মদৰ বটল আৰু চাৰিটাকৈ গিলাচ উদ্ধাৰক লৈ কোনোৱে হত্যা কৰি উলমাই থোৱাৰ সন্দেহ পৰিয়ালৰ
- প্ৰায় ২২ বছৰীয়া ৰিংকু হাজং নামৰ মৃত যুৱক জনৰ ঘৰ কদম হাজং গাঁৱত
- দণ্ডাধীশৰ উপস্থিতিত বগীনদী আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰিক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীৰ অনুসন্ধান অব্যাহত ৰাখিছে ।
