হালাকুৰাঃ আজি শিক্ষক দিৱস৷ সমগ্ৰ দেশে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো উলহ-মালহেৰে পালন কৰাৰ লগতে ধুবুৰী জিলাৰ হালাকুৰা মহাবিদ্যালয় আৰু হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন আৰু শিক্ষক দিৱস পালন কৰা হয়৷

মহান পণ্ডিতগৰাকীৰ স্মৃতিত কেক কাটি জন্মদিন পালন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষই৷