15
Feb
2019

তেজপুৰঃ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন নোহোৱাক লৈ সমগ্ৰ অসমৰ ৰাইজৰ লগতে তেজপুৰতো তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আনন্দত মতলিয়া জাতীয় শ্বহীদ সকলক শ্ৰদ্ধা জনাই তেজপুৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন কৰি হৈ ফটকা ফুটাই আনন্দ উল্লাস কৰে।