তেজপুৰঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰৰ শিল্পী, সাহিত্যিক, কবি আৰু অধিবক্তাসকল।

সাংস্কৃতিক নগৰি তেজপুৰত  প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাত-প'ষ্টাৰ লৈ শুকুৰবাৰে বিভিন্ন শ্ল"গানৰে  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ভিডিঅ"টো চাওকঃ