09
Aug
2017

♦ মঙলদৈৰ আউলাচৌকাত সাংবাদিকক আক্ৰমণ।
♦ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনি সাংবাদিকক আক্ৰমণ।
♦ কেলেংকাৰীৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিককেইজন।
♦ উজ্জ্বলা আঁচনিৰ নামত সংঘটিত হৈছিল কেলেংকাৰী ।
♦ গফুৰ আলিৰ নেতৃত্বত এই আক্ৰমণ।
♦ গফুৰ I.C.M.A কম্পিউটাৰ চেণ্টাৰৰ স্বত্বাধিকাৰী।
♦ আক্ৰমণত প্ৰাঞ্জল মহন্ত আৰু ৰমেশ নাথ গুৰুতৰভাৱে আহত।