প্ৰতিকী ফটো
প্ৰতিকী ফটো

ফিল'বাৰীঃ ৰাজ্যজুৰি এনআৰচিক লৈ উত্তাল পৰিবেশৰ সৃষ্টি হোৱাৰ সময়তে তিনিচুকীয়াৰ তামোলবাৰীত সন্দেহজনক নাগৰিক আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যক সৃষ্টি কৰিছে৷

বিদেশী সমস্যা সমাধানৰ সংকল্পলৈ সংগ্ৰাম অব্যাহত ৰাখিছে তেনে সময়তে সন্দেহজনক বাংলাদেশী নাগৰিক আটক হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে, তামোলবাৰীৰ চাকিল আহমেদ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল চাৰিটা পৰিয়াল৷ চাহাবুদ্দিন সৈতে চাৰিজনীয়া পৰিয়ালক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷