21
Feb
2019
পিতৃয়ে হত্যা কৰিলে ডেৰ বছৰীয়া পুত্ৰ সন্তানক

মৰিয়নীত পিতৃয়ে হত্যা কৰিলে ডেৰ বছৰীয়া পুত্ৰ সন্তানক।মৰিয়নীৰ চটাই চাহ বাগিছাত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড।ভৰিৰে গচকি গচকি হত্যা কৰিলে কনমানি পুত্ৰক।হত্যাকাৰী পিতৃ ৰাজেশ মাঝি বৰ্তমান দেবেৰাপাৰ আৰক্ষীৰ জিম্মাত৷