04
Mar
2019

♦ পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
♦ পাঠশালা অভিমুখী আৰ্টিগা বাহন দুৰ্ঘটনাগ্ৰস্ত।
♦ দুৰ্ঘটনাটোত আহত দিলীপ কাকতি নামৰ এজন লোক।
♦ সংকটজনক অৱস্থাত কাকতিক পাঠশালা ছহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰপৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।