তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ গাৰোগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। এখন মটৰ চাইকেলে আন এখন মটৰ চাইকেলক অভাৰটেক কৰাৰ সময়তে এখনৰ পিছ ছিটত বহি যোৱা মহিলাগৰাকী পৰি যায়। ফলত মহিলাগৰাকী থিতাতে নিহত হয়। নিহত মহিলা গৰাকী ২ নং বগীজুলিৰ  লিলে বড়ো (৪০) বুলি জানিব পৰা গৈছে।