10
Oct
2017

internet
নগাঁওঃ নগাঁৱৰ ডিমৌ চাৰিআলিত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এখন তীব্ৰ বেগী বাইকে পথচাৰী এজনক খুন্দা মৰাত পথচাৰীজন থিতাতে নিহত হয়৷
নিহত পথচাৰীজন পানীগাঁৱৰ শৰৎ বৰা বুলি জানিব পৰা গৈছে৷ আনফালে দুৰ্ঘটনাটোত বাইক আৰোহী জনো গুৰুতৰ ভাৱে আহত হৈছে৷
দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ AS-21S-4610 বুলি জানিব পৰা গৈছে৷