গুৱাহাটীঃ মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটত বৃহস্পতিবাৰে সংঘটিত হয় এক অঘটন৷ জানিব পৰা মতে, নাৱৰ পৰা পৰি এজন লোক সন্ধানহীন হয়৷ নাৱৰ পৰা লোকজন পৰাৰ পাছতে হৈ চৈ লাগে ঘাটত৷

নাৱৰ পৰা পিছলি পৰা লোকজন কোন সেই কথা জানিব পৰা হোৱা নাই৷ আৰক্ষী ঘাটত উপস্থিত উদ্ধাৰ অভিযোন চলোৱাৰ বাবে সাজু হোৱা বুলি জানিব পৰা গৈছে৷