23
Feb
2019
পথ দুৰ্ঘটনাত AIADMK সাংসদৰ মৃত্যু

তামিলনাডুঃ AIADMK ৰ তামিলনাডুৰ সাংসদ এচ. ৰাজেন্দ্ৰনৰ পথ দুৰ্ঘটনাত মৃত্যু হ’য়৷ পুৱতি নিশা বিলুপুৰম জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।
সাংসদজনৰ মৃত্যুত তামিলনাডুত পৰিছে শোঁকৰ ছাঁ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।