বাহাকাবাৰীঃ ৰাজ্যৰ ৰাজনৈতিক দল সমূহ ব্যস্ত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল ৰচনা কৰৰা বাবে৷ বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি ৰাইজ কাষ চপাৰ চেষ্টা অব্যাহক ৰাখিছে দলসমূহে৷ পিছ পৰি থকা আঞ্চলিক দল অগপ৷ নগাঁৱৰ অগপই পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে।

নগাঁও জিলাৰ কামপুৰৰ বগলাজান পঞ্চায়তৰ ধেমাজি গাঁৱত অগপৰ এখন বিশেষ সভা অনুষ্ঠিত হয়৷ বুধবাৰে অনুষ্ঠিত সভাত পঞ্চায়ত নিৰ্বাচনত অগপই পঞ্চায়ত নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ সংকল্প লয়। সভাত বগলাজান পঞ্চায়তৰ কংগ্ৰেছৰ কৰ্মী আছিকুল ৰহমানে আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে৷