10
May
2019

গুৱাহাটীঃ অসমবাসী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ৷
অহা বর্ষৰপৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষাবর্ষত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব অসমীয়া জাতীয় উৎসৱ বিহু বিষয়ক এখন পেপাৰ। উক্ত পেপাৰ খনত থাকিব মুঠ ১০০ নম্বৰ। উল্লেখ্য যে, বিহু গৱেষকৰে শিক্ষা সংসদৰ বৈঠকৰ অন্তত ঘোষণা এই সু-সংবাদতো দিছে বুলি জানিব পৰা গৈছে৷