08
Oct
2018

newsnextone ৯অক্টোবৰবালিপাৰাঃ শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তনৰ লক্ষ্যৰে আজিৰে পৰা শোণিতপুৰ জিলাত অনুষ্ঠিত হৈছে গুণোৎসৱ৷এই লৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহ সুন্দৰকৈ সজাই পৰাই তুলিছে ৷ সমান্তৰালভাৱে জিলাখনৰ বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দেখা গৈছে তেনে এক পৰিৱেশৰ৷ পুৱাৰে পৰা বিদ্যালয়খনত পৰিলক্ষিত হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷
বিদ্যালয়খনত পুৱাই শিক্ষক শিক্ষাৰ্থীৰ লগতে অভিভাৱক সকল আহি এই গুনোৎসৱত সহযোগীতা আগবঢ়াইছে।
তেজপুৰৰ পৰা মনিমালা বৰা