টীয়ক: পেট্ৰ'ল, ডিজেলৰ মূ্ল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আহ্বান জনোৱা কংগ্ৰেছৰ ভাৰত বন্ধৰ সৰ্বাত্নক প্ৰভাৱ টীয়কত দেখা গৈছে l

বন্ধৰ ফলত বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, কাৰ্য্যালয়, বেংক আদিৰ কামকাজ ব্যাহত হৈছে l