
শুক্লাইঃ ওদালগুৰি জিলাৰ ভূটিয়াচাংত পথ দুৰ্ঘটনা কৰি তীব্ৰ উত্তেজনা। ১৩ বছৰৰ কিশোৰৰ মৃত্যুত তীব্ৰ উত্তেজনা ৷ AS-27C-1972 নম্বৰৰ ডাম্পাৰৰ খুন্দা মৃত্যু হয় তফজ্জুল হক নামৰ কিশোৰৰ৷
ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজিত হৈ পৰে ৰাইজ৷ কেবা শতাধিক লোকে ডাম্পাৰ খনত আক্ৰমম কৰি ক্ষতি সাধন কৰে৷ ঘটনাস্থলিত উপস্থিত হোৱা পানেৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈৰব আলীক ৰাইজে আবদ্ধ কৰি ৰখাত উত্তেজনাৰ সৃষ্টি হয়৷ উত্তেজিত ৰাইজে কেবা খনো ডাম্পাৰৰ ক্ষতি সাধন কৰে৷