13
Jul
2019

জহিৰুল ইছলাম, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত শ্ৰী শ্ৰী মদনগোপাল বিগ্ৰহ আখড়াৰ সভাপতি অনিল কুমাৰ সাহা আৰু সম্পাদক শ্ৰী বাসুদেৱ কৰ্মকাৰৰ উদ্যোগত শুকুৰবাৰে আৰক্ষীৰ পিছে পিছে ৰছি টানি টানি বিলাসীপাৰাৰপৰা সূৰ্য্যখাতা মন্দিৰলৈ শুদ্ধ ভক্তৰাজ প্ৰাৰ্থী শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথ যাত্ৰা পালন কৰে
আনহাতে, ৰথ যাত্ৰাখনত ফল, মূল আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰসাদ যোগান ধৰে। উল্লেখ্য যে, ৰথ যাত্ৰাত প্ৰায় শতাধিক পুৰুষ আৰু মহিলাই অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।