23
May
2019

বিলাসীপাৰাঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি দলে সমগ্ৰ ভাৰত বৰ্ষত বৰ্ত্তমানলৈকে ৩৪৮ খন আসনত অগ্ৰগতি লাভ কৰাৰ দিশত।
উল্লেখ্য যে বিজেপিৰ ফলাফলত অতিকৈ ভাল হোৱাৰ ফলত নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাত বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ উপস্থিতিত লগতে বিলাসীপাৰা জিলা কমিটীৰ সভাপতি সুধীৰ চন্দ্ৰ ৰায়ৰ উপস্থিতিত বিজেপিৰ কৰ্ম -কৰ্ত্তাসকলে নাচ-গান, ফুটকা আদি ফুটাই উল্লাসত আত্মহাৰা হৈ পৰে।