28
Jul
2017

ডিজিটেল ডেস্কঃ আমাজানৰ প্ৰতিস্থাপক আৰু দা ৱাশ্বিংটন পোষ্টৰ মালিক জেফ বেজ’চ এটা বেলাৰ বাবে বিশ্বৰ সৰ্বাধিক ধনবান ব্যক্তি হিচাপে পৰিগণিত হয়।
২০১৩ চনৰ মে মাহৰ পৰা এই স্থান দখল কৰি থকা মাইক্ৰচফটৰ বিল গেটচক চেৰ পেলাই বৃহস্পতিবাৰে এই স্থান দখল কৰে জেফে।
আমাজানৰ শ্বেয়াৰ বঢ়াৰ লগে লগে বৃহস্পতিবাৰে এই স্থান এটা বেলাৰ বাবে দখল কৰিবলৈ সক্ষম হয় জেফে। অৱশ্যে সেইদিনাই দুপৰীয়াৰ ভাগলৈ পুনৰাই বিল গেটচ সেই স্থানলৈ উন্নীত হয়।