
ওডালগুৰিঃ কামাখ্যা তেজপুৰ ডেকাৰগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ। ওদালগুৰিৰ হৰিশিঙা ষ্টেচনৰ সমীপতে বিস্ফোৰণট্ৰেইন খনৰ ১৫৪৬৬ নম্বৰৰ ডবাত সংঘটিত হয় বিস্ফোৰণবিস্ফোৰণত আহত কেইবাজনো ৰেলযাত্ৰীগুৰুতৰ ভাৱে আহত এজন ৰাহুল দাস। আৰক্ষীয়ে এতিয়ালৈ বিস্ফোৰণতো আই ই ডি ৰ দ্বাৰা সংঘটিত হয়নে নহয় নিশ্চিত কৰা নাই।