03
Mar
2017

থিৰুৱানন্তপুৰমঃ কেৰালাত তুংগত বাওপন্থী-আৰ এছ এছৰ সংঘাত। নাদাপুৰমৰ কলাচীস্থিত চি পি আই (এম)ৰ শাখা কাৰ্যালয়ত কিছু সময় পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পিছতে বিস্ফোৰণত কঁপি উঠে উক্ত স্থানতে থকা আৰ এছ এছৰ কাৰ্যালয়। বিস্ফোৰণত ফলত ৩জন আৰ এছ এছ কৰ্মী আহত।