29
Mar
2019

গুৱাহাটীঃ শুকুৰাবৰে বৰপেটা লোকসভাৰ সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷ দিনৰ ১ বজাত অগপ-বিজেপিৰ যৌথ সভাত উক্ত সমষ্টিটোৰ বাবে চূড়ান্ত প্ৰাৰ্থীৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য যে, আজি বৰপেটাত অগপ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত এক যৌথ সভা অনুষ্ঠিত হয়৷