• ৰাজ্যত আকৌ বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু। এইবাৰ ঘটনাৰ স্থান অভয়াপুৰী।

• অভয়াপুৰীৰ আমগুৰিত সংঘটিত হৈছে এই অঘটন।

• এজনৰ মৃত্যু ঘটাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন।

• বানাক্ৰান্ত অঞ্চলত নিশা নাৱত উঠি নদীৰে গৈ  আছিল লোক দুজন।

• সেই সময়তে সামান্য ওপৰত থকা বিদ্যুতৰ তাৰত লাগি ঘটে এই অঘটন।

• নিহত লোকজন চোট বৰজানাৰ আবু হানিফ।

• গুৰুতৰভাৱে আহত আক্কেল আলীক অভয়াপুৰী সমূহীয়া চিকিৎসালয়ত ভৰ্তি।

⇒ with inputs from NNO Abhayapuri