• মৰিগাঁৱত পুনৰ এজন কৃষকৰ আত্মহত্যা।

• বলীয়া বানত সৰ্বস্বান্ত হৈ আত্মহত্যাৰ কৃষকজনৰ।

• কৃষকজনৰ ঘৰ ভূৰাগাঁও অঞ্চলৰ লেঙেৰীত ।

• এৰি থৈ গৈছে পত্নীসহ ৩ সন্তান।

• দুৰ্ভগীয়া কৃষকজন হৈছে পাটেল চৌহান।

• এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।