• তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিছাত অঘটন৷

• বিদ্যুৎস্পৃষ্ট এজন স্থায়ী শ্ৰমিকৰ মৃত্যু৷

• মৃত শ্ৰমিকজনৰ নাম সঞ্জয় ওৰাং৷

• সম্প্ৰতি বাগিছাখনত দেখা দিছে উত্তেজনা৷