♦ হোজাইৰ মোৰাঝাৰত নিশা ১০ বজাত পথ দুৰ্ঘটনাত নিহত এজন৷  

♦ বাইকৰ খুন্দাত থিতাতে নিহত আহমেদ আলী নামৰ লোকজন। 

♦ মোৰাঝাৰৰ চৌধুৰী বজাৰৰ সমীপৰ চাৰিংপথাৰ গাঁৱত এই ঘটনা।