♦ বানৰ মাজতে নগাঁৱত আন এক অঘটন।

♦ মাছ মাৰিবলৈ যোৱা দুই কিশোৰৰ সলিল সমাধি ৷

♦ চহৰৰ ডিমৰুগুৰিত শোকাৱহ ঘটনা ৷

♦ এজন হৈছে ভোটাইআটিৰ মছিদুল ইছলাম। 

♦ আনজন হৈছে মোস্তাফিৰ আহমেদ।