26
Feb
2019
ব্যক্তিগত খণ্ডলৈ বিমান বন্দৰ

ব্যক্তিগত খণ্ডৰ হাতলৈ বৰঝাৰ বিমান বন্দৰ। আদানী গ্ৰুপৰ হাতলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো। দেশৰ ৬টা বিমান বন্দৰৰ নিবিদা লাভ আদানী গ্ৰুপৰ। ইতিমধ্যে ৫টা বিমান বন্দৰ লাভ কৰিছে আদানীয়ে।
আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, মাংগালুৰু আৰু তিৰুৱনন্তপুৰম বিমান বন্দৰ লাভ কৰিছে। ৫০ বছৰৰ বাবে লাভ কৰিছে বিমান বন্দৰকেইটা।