• বৰপেটাৰ চেঙা মুছলমানপাৰা গাঁৱত অঘটন ৷

• সমনীয়াৰ সতে গা ধুবলৈ গৈ সন্ধানহীন এটি কিশোৰ ৷

• সন্ধানহীন কিশোৰটি হৈছে ছেঙা মুছলমানপাৰাৰ ইনজামুল হ'ক৷

• ইনজামুল চেঙা উচ্চতৰ মাধ্যিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ৷ 

• সমনীয়াৰ সৈতে দলঙৰ পৰা পানীলৈ জাপ দিছিল ইনজামুলে।

• আন দুটি কিশোৰ উঠি আহে যদিও ইনজামুল ডুব যায় পানীত ৷

• ইনজামুল উঠি নহা দেখি সমনীয়া দুজনে হুৱা-দুৱা লগায় ৷

• উদ্ধাৰৰ বাবে  অভিযান আৰম্ভ, সলিল সমাধি ঘটাৰ আশংকা৷