19
Jul
2017

• ৰঙিয়া-ভূটান বাছষ্টেণ্ডৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড।
• এখন ফাষ্ট ফুডৰ দোকানৰ পৰা বিয়পি পৰে জুই।
• ভস্মীভূত ৩ খনকৈ দোকান, ৪ টা গুদাম ঘৰ আৰু এটা আবাস গৃহ।
• ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।
• বৰ্তমান জুই নিৰ্বাপিত হৈছে যদিও সকলো ভস্মীভূত হৈ পৰিছে।