• ৰঙিয়া কলেজ গেটত অঘটন। ৰেলৰ খুন্দাত ছিটিকি পৰিল বৃদ্ধ।

• গুৰুতৰভাৱে আহত বৃদ্ধজনক স্থানীয় লোকে ভৰ্ত্তি কৰাই চিকিৎসালয়ত।

• অৱস্থা সংকটজনক হোৱাত GMCH লৈ প্ৰেৰণ ৰঙিয়াৰ চিকিৎসকৰ ।

• বৰ্তমানেও উদ্ধাৰ হোৱা নাই বৃদ্ধজনৰ পৰিচয়।