18
Jul
2017

ছবিখন প্ৰতিবাৰেই একে। বান বা অন্যান্য দুৰ্যোগৰ সময়ত চৰকাৰ তথা চৰকাৰত থকা দলটো সদায় নিৰ্বিকাৰ। আৰু যিটো দল বিৰোধী পক্ষত থাকে সেইটো অনবৰত সজাগ আৰু সহায়ৰ বাবে আগ্ৰহী। পিছে যেতিয়াই শাসনলৈ আহে তেতিয়াই সেই দলটোৱে পিঠি দি মত্ত হৈ পৰে ক্ষমতাৰ ৰাগীত। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। বান সহায্যক লৈও ৰাজনীতি চলে এইখন অসমতে।