বানক লৈ ৰাজনীতি আৰম্ভ এতিয়া। শাসক-বিৰোধী উভয়েই এই লৈ নিজৰ মুনাফা আদায়ত নামি পৰিছে। প্ৰধান মন্ত্ৰী মোদীৰ আগমনক লৈ দুয়োটা শিবিৰৰেই নাট পৰ্ব বেছ জমি উঠিছে। আনহাতে হাঁহিয়াতৰ পাত্ৰ হৈছে ৰাজ্যিক বিজেপি তথা অসম চৰকাৰ। মোদী অসমলৈ নহাক লৈ সৌ সিদিনালৈ অকাট্য যুক্তি দিয়া অসম বিজেপি চৰকাৰে এতিয়া মোদী অহাক লৈ আগবঢ়াইছে দেধাৰ গহীন যুক্তি। আচলতে অসমীয়াক বুৰ্বক বুলি ভাবি থকা সকলে নিজৰ জ্ঞানৰ পৰিচয় এইদৰে দি আহিছে যুগৱধি।