06
Sep
2017

চৰাইদেউঃ চৰাইদৈউ প্ৰশাসনে আজি কেইবাহাজাৰ টকাৰ ড্ৰাগছ, গাঞ্জা, আজি জ্বলাই ছাই কৰে৷ চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলত ২০১৩ চনৰ পৰা বিভিন্ন সময়ত আৰক্ষীয়ে অবৈধ ড্ৰাগছ, গাঞ্জা, জৰ্দা, ভাং, কানি, আদি জব্দ কৰিছিল৷
বিভিন্ন নিচাজাতীয় দ্ৰব্য সমূহ আজি চৰাইদেউ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ নিৰ্দেশত মহকুমা দণ্ডাধীশ আৰু জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত সোণাৰি নগৰৰ বৰাহীত নিচাজাতীয় দ্ৰব্য সমূহ দাহ কৰে প্ৰশাসনে।