কাজিৰঙাঃ বোকাখাতত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ বোকাখাট হস্পিতালৰ পাছফালে এটি নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ 

কুকুৰ-শিয়ালে আধা উক্ষণ কৰা নৱজাত শিশুটিৰ মৃতদেহটোৰ সন্দৰ্ভত এতিয়াও কোনো তথ্য জানিব পৰা হোৱা নাই৷