04
Sep
2017

ধুবুৰীঃ আজি ধুবুৰীৰ আদাবাৰী অঞ্চলত উদ্ধাৰ হয় এক বিৰল প্ৰজাতিৰ সাপ৷ আদাবাৰী বনাঞ্চলত এডাল প্ৰকাণ্ড সাপ প্ৰত্যক্ষ কৰি অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷
পিছত এঞ্চলটোৰ ৰাইজে সাপডাল ধৰি নিবলৈ বনবিভাগক খবৰ দিয়ে৷ ঘটনাস্থলীত উপস্থিত হৈ অজগৰ সাপডাল উদ্ধাৰ কৰি নি সুকলমে অৰণ্যত এৰি দিয়ে৷