17
May
2017

ৰঙিয়াঃ ৰঙিয়াৰ ধুলাবাৰী অঞ্চলত মঙলবাৰে নিশা সংঘটিত হৈছে লোমহৰ্ষক ডকাইতিৰ কাণ্ড। পিস্তল, ডেগাৰ দেখুৱাই ডকাইতৰ দলে লুটি নিছে ১ লাখ ২৬ হাজাৰ টকা সহ আ-অলংকাৰ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। ৰহমান আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড।