15
Jul
2017

• লংকাৰ ডালমিয়া চিমেন্ট উদ্যোগত অঘটন।
• দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি।
• উদ্যোগত কৰ্মৰত অৱস্থাত ডাম্পাৰে মহটিয়াই নিলে এজনক।
• নিহত লোকজন অমৃত দাস(২১)।
• বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰৱেশত বাধা কৰ্তৃপক্ষৰ।
• ঘটনা স্থলীত লংকা আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ।
• দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 0EC 5772।
⇒ inputs from NNO Lanka,