দৰংঃ দৰঙৰ খাৰুপেটীয়াত মন্ত্ৰী পিযুছ হাজৰিকা স্বচ্ছতাৰ ওপৰত কঠোৰ আইন য’তে ততে পিক অথবা আৱৰ্জনা পেলোৱা লোকৰ বিৰুদ্ধে সাৱধান বাণী। আজি দৰঙৰ খাৰুপেটীয়াত টাটা পুতুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শৌচালয়। 

এশ পঁচিছটা টাটা পুতলৰ আৰ্হিৰ শৌচালয়ৰ নিৰ্মাণ চলি আছে তাৰে প্ৰথমটো শৌচালয় উন্মোচন মন্ত্ৰী পিজুছ হাজৰিকাৰ লগতে ৫৫ টা আত্মসহায়ক গোটৰ মাজত ২৫০০০ টকাকৈ চেক বিতৰণ কৰা হয়। এই আত্ম সহায়ক গোট সমূহে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি নগৰখনৰ চুকে কোনে গৃহস্থৰ ঘৰৰপৰা আৱৰ্জনা সংগ্ৰহ কৰিব বুলি জানিব পৰা গৈছে৷ 

ফখৰুল ইছলাম, দৰং