31
Aug
2017

নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাৰ চান্দাত আজি উদ্ধাৰ হয় মৃতদেহ৷
পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ব্যক্তিজনৰ মৃতদেহ৷
উদ্ধাৰ হোৱা মৃতদেহটো যুৱ-ব্যৱসায়ী জনৰ নাম প্ৰবোধ হালৈ ওৰফে মুনা (৩০)ৰ বুলি জানিব পৰা গৈছে৷
ঘটনাৰ পাছত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷