31
Aug
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
লংকাঃ হোজাই জিলাৰ হোজাই চহৰৰ সমীপৰ ঠিকাদাৰবস্তিত মৃতদেহ উদ্ধাৰ৷
ৰেলপথৰ দাঁতিত জংঘলত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো৷
ৰেলৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ৷ ৰেল আৰক্ষী উপস্থিত হৈ তদন্ত আৰমভ কৰিছে৷