27
Jan
2019

► নগাঁৱৰ পুৰণিগুদামৰ পানীগাঁৱৰ পহুকটাত নৰকংকাল উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
► এডৰা ডাঠ হাবিৰ মাজৰ পৰিত্যক্ত এখন গাহৰি ফাৰ্মত উদ্ধাৰ নৰকংকালটো।
► নৰকংকালটোৰ কাষতে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এটা মোবাইল।
► ঘটনাস্থলীত উপস্থিত পুৰণিগুদাম আৰক্ষী, কংকালটো উদ্ধাৰ আৰু অনুসন্ধান আৰম্ভ।